पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সঠিককৈ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সঠিককৈ   ক্ৰিয়া বিশেষণ

अर्थ : যেনেকৈ লাগে সেই ধৰণে বা উচিত প্রকাৰে

उदाहरणे : তেওঁৰ নিচান ভাল সঠিক লাগিলএই জীৱৰ অংগ ভাল দৰে বিকশিত হোৱা নাই

समानार्थी : ভাল দৰে, ভালকৈ, সঠিক, সঠিক ভাৱে

अर्थ : সন্দেহ নথকাকৈ:মই নিঃসন্দেহে এই কামটো কৰিব পাৰোঁ

उदाहरणे :

समानार्थी : অৱশ্যে, ঠিককৈ, ঠিৰাংকৈ, থিৰাংকৈ, নিঃসন্দেহে, নিচয়কৈ, নিচয়ে, নিশ্চিতভাৱে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নিসন্দেহৰূপে, বিনাদ্বিধাই

अर्थ : ভুল নকৰাকৈ

उदाहरणे : ইমান ভিৰতো মই আপোনাক সঠিককৈ চিনি পালো

चौपाल