अर्थ : যি কাপোৰ, গহনা আদি ধাৰণ কৰি আছে
उदाहरणे :
সজ্জিত মহিলাই মঞ্চত নৃত্য কৰি আছিল
समानार्थी : ভূষিত
अर्थ : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
उदाहरणे :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
समानार्थी : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, ভূষিত
अर्थ : হাথিয়াৰ আদিৰে সাজু হোৱা
उदाहरणे :
পুলিচে অবৈধ হাথিয়াৰেৰে সজ্জিত এজন ব্যক্তিক ধৰিলে
समानार्थी : প্রস্তুত