पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সজ্জন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সজ্জন   বিশেষ্য

अर्थ : চুৰি বা ছল-কপট নকৰা ব্যক্তি

उदाहरणे : আমি যাক সজ্জন বুলি ভাবিছিলো, তেওঁ বহুত ্ডাঙৰ চোৰ ওলালে

अर्थ : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে

उदाहरणे : সৎ লোকৰ আদৰ কৰা

समानार्थी : ভাল মানুহ, সুজন, সৎপুৰুষ, সৎলোক

সজ্জন   বিশেষণ

अर्थ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

उदाहरणे : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

समानार्थी : ভাল, সাধু, সুজন, সৎ

चौपाल