सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ
उदाहरणे : ভাটৌটো সজাৰ পৰা উৰি গʼল
समानार्थी : গঁৰ্াল, পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা
अर्थ : পাৰ ৰাখিবলৈ সজা বাহ
उदाहरणे : পাৰৰ বাহত পাৰবোৰে দানা খাই আছে
समानार्थी : পাৰ-বাহা, পাৰৰ বাহ
अर्थ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য
उदाहरणे : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে
समानार्थी : উঠোৱা, গঁথ্া, বনোৱা, সাজি থকা
अर्थ : কাটি-কুটি বা অন্য কোনো ধৰণে কামৰ বস্তু তৈয়াৰ কৰা
उदाहरणे : তেওঁ ্মাটিৰ মূর্তি সাজি আছে
समानार्थी : আকাৰ দিয়া, গঢ় দিয়া, ৰূপ দিয়া
अर्थ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা
उदाहरणे : কুমাৰে কলহ নি্র্মাণ কৰে
समानार्थी : তৈয়াৰ কৰা, নি্র্মাণ কৰা, বনোৱা
अर्थ : ঘৰ বা দেৱাল আদি বনোৱা
उदाहरणे : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে
समानार्थी : উঠোৱা, বনোৱা
स्थापित करा