अर्थ : প্রাকৃতিক ৰূপত ৰাজহুৱা সম্পত্তি হিচাপে সুৰক্ষিত ৰখা মাটিৰ এক অংশ
उदाहरणे :
এই ৰাষ্ট্রীয় উদ্যানখনত দুষ্প্রাপ্য বনৰীয়া জন্তু দেখিবলৈ পোৱা যায়
समानार्थी : অভয়াৰণ্য, উদ্যান, সংৰক্ষিত বন
अर्थ : যি স্থানত পশু-পক্ষীক সংৰক্ষণ কৰা হয়
उदाहरणे :
শীতকালত ভাৰতৰ অভয়াৰণ্যসমূহলৈ বহুতো প্রবাসী পক্ষী আহে
समानार्थी : অভয়াৰণ্য