सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সংযোজিত হোৱা ভাব বা ক্রিয়া
उदाहरणे : এই ঔষধটোত ভালেমান পদার্থৰ সংমিশ্রণ ঘটোৱা হৈছে
समानार्थी : সংমিশ্রণ, সমাহাৰ, সমাৱেশ
अर्थ : কোনো বস্তুত থকা কোনো ধৰণৰ ত্ৰুটি বা অভাৱ পূৰণ কৰিবৰ কাৰণে পিছৰ পৰা অলপ লগ লগোৱা, মিলোৱা বা বঢ়োৱা কাৰ্য
उदाहरणे : মই প্ৰথম উত্তৰটো সংযোজন কৰিবলৈ পাহৰি থাকিলোঁ
स्थापित करा