अर्थ : যিজনে কোনো বস্তু আদিৰ সংগ্রহ কৰে
उदाहरणे :
দুর্লভ বস্তু আদিৰ সংগ্রহ কৰিবৰ কাৰণে সংগ্রহকাৰীসকলে বহু কষ্ট কৰিবলগীয়া হয়
समानार्थी : মজুতকাৰী
अर्थ : সংগ্রহ কৰোঁতা
उदाहरणे :
বিষয়াবর্গই শস্য সংগ্রহকাৰী বেপাৰীৰ গোদাম ঘৰৰ তালাচী চলালে
समानार्थी : মজুতকাৰী