अर्थ : সাহিত্য আদি কোনো এক বিভাগ সম্বন্ধীয় অনেক বিষয় একত্রিত হৈ থকা গ্রন্থ
उदाहरणे :
কল্পলতা হাজাৰী প্রসাদ দ্বিবেদীৰ নিবন্ধ সংকলন
समानार्थी : সংকলন
अर्थ : কোনো বস্তু একেলগে বা একগোট কৰি ৰখা কার্য
उदाहरणे :
কপিলে ঐতিহাসিক সামগ্রীৰ সংগ্রহ কৰে
अर्थ : একত্র কৰা বা হোৱা কার্য
उदाहरणे :
এই মন্দিৰটো সাজিবৰ কাৰণে বৃহৎ পৰিমাণত চান্দা একগোট
समानार्थी : একগোট