पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সংগত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সংগত   বিশেষ্য

अर्थ : গায়কৰ লগত বাজনা বজাই বাদ্য বজাই সহায় কৰা কার্য

उदाहरणे : বাঁহীবাদক পণ্ডিত চৌৰাচিয়াৰ লগত তবলা সংগত কৰিবৰ কাৰণে জাকিৰ হুচেইন আহিছে

समानार्थी : সঙ্গত

সংগত   বিশেষণ

अर्थ : যি কোনো কাম কৰিবৰ বাবে সমর্থ

उदाहरणे : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

समानार्थी : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

अर्थ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

उदाहरणे :

समानार्थी : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সমীচীন, সমুচিত, হক, ্ যথাযথ

चौपाल