अर्थ : অসংগঠিত শক্তিসমূহক একগোট কৰাৰ উদ্দেশ্যে গঠন কৰা সংস্থা বিশেষ
उदाहरणे :
ভাৰতবর্ষক বিদেশী শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে পৃথকে পৃথকে ভালেমান সংগঠন গঢ় দিয়া হৈছিল
अर्थ : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
उदाहरणे :
ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
समानार्थी : সংস্থা