पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সংখ্যা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সংখ্যা   বিশেষ্য

अर्थ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ

उदाहरणे : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে

समानार्थी : অংক

अर्थ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

उदाहरणे : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

समानार्थी : অংক, খণ্ড, নম্বৰ

अर्थ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

उदाहरणे : এক কোটি বহুত ডাঙৰ সংখ্যা

समानार्थी : অংক, অঙ্ক, ৰাশি

अर्थ : সংখ্যাৰ চিহ্ন

उदाहरणे : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

समानार्थी : অংক, অঙ্ক

अर्थ : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা

उदाहरणे : আহতৰ সংখ্যা বহুত বেছি

चौपाल