पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সংকেত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সংকেত   বিশেষ্য

अर्थ : কোনো কাম আৰম্ভ কৰা, নকৰা বা হৈ থকাৰ বা নোহোৱাৰ অথবা কি অৱস্থাত উপনীত হৈছে সেই সম্পর্কে দিয়া জাননী

उदाहरणे : গাড়ী চলোৱাৰ সময়ত ছিগনেলত ধ্যান দিয়া উচিত

समानार्थी : ছিগনেল

अर्थ : সংক্ষিপ্ত আৰু গোপন বার্তা প্রেৰণ কৰা ব্যৱস্থা

उदाहरणे : এই বার্তাটো সংকেতত আছে

अर्थ : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

उदाहरणे : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

समानार्थी : চিন, চিহ্ন, নিচান, প্রতীক

अर्थ : কোনো কথা বা বিষয়ৰ অস্তিত্বৰ লক্ষণ আদিৰ বিষয়ে কোৱা তত্ত্ব, কার্য আদি

उदाहरणे : কʼলীয়া ডাৱৰে আগুৰি ধৰা আকাশে বৰষুণৰ সংকেত দিয়ে

समानार्थी : সঙ্কেত

अर्थ : মনৰ ভাব প্রকাশ কৰিবলৈ কৰা কোনো শাৰীৰিক চেষ্টা

उदाहरणे : বধিৰসকলক সংকেতৰ জৰিয়তে কথা বুজাব লাগে

समानार्थी : অংগি-ভংগি, অঙ্গি-ভঙ্গি, ইংগিত, ইঙ্গিত, ইছাৰা, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, ঠাৰ-চিয়াৰ, তাৰ, সঙ্কেত

चौपाल