पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ষড়যন্ত্র शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ষড়যন্ত্র   বিশেষ্য

अर्थ : কাৰোবাৰ বিৰুদ্ধে গুপ্তভাৱে কৰা কোনো কাম বা মন্ত্রণা

उदाहरणे : চৰকাৰ ভাঙিবৰ কাৰণে বিৰোধী দলে সদায় কিবা নহয় কিবা ষড়যন্ত্র কৰে

समानार्थी : দূৰভিসন্ধি

अर्थ : কাৰোবাক অনিষ্ট কৰিবলৈ বা ঠগিবলৈ একাধিক লোকে কৰা গোপন চুক্তি

उदाहरणे : গীতা ৰাধা আৰু মোহনৰ গভীৰ ষড়যন্ত্রৰ চিকাৰ হʼল

समानार्थी : চক্রান্ত, মতণ্ডা

अर्थ : কপটতাপূর্ণ ্কোনো আঁচনি বা আয়োজন

उदाहरणे : চক্রবেহুৰ ৰচনা এক ষড়যন্ত্র আছিল

अर्थ : গভীৰ আৰু গুপ্ত বুদ্ধি বা চল

उदाहरणे : তোমাৰ য়ড়যন্ত্র ইয়াত নচলিব

समानार्थी : কাৰচাজী, চাতুৰি

अर्थ : ছলনা কৰা কার্য

उदाहरणे : তোমাৰ ছলনা কৰাৰ কোনো দৰকাৰ নাই

समानार्थी : কাৰচাজি, চতুৰালি, ছলনা

चौपाल