पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील শৰীৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

শৰীৰ   বিশেষ্য

अर्थ : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি

उदाहरणे : শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে

समानार्थी : ইন্দ্রিয়াতন, কায়, গা, গাত্র, তনু, দেহ, দেহপিঞ্জৰ, দেহা, বপু, ভোগায়তন, শৰীল

अर्थ : শৰীৰৰ ডিঙিৰ তলৰ পৰা কঁ্কাললৈকে দেহৰ অংশ

उदाहरणे : তৰোৱালৰ এটা ঘাপতে তেওঁৰ মূৰ গাৰ পৰা বেলেগ হৈ গʼল

समानार्थी : গা, দেহ, দেহা

चौपाल