सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি শুই আছে বা নিদ্রাত আছে
उदाहरणे : শোৱাজনক নজগাবা
समानार्थी : সুপ্ত
अर्थ : শোৱা কার্য
उदाहरणे : শোৱাৰ কাৰণে ৰাতিৰ সৃষ্টি হৈছে
समानार्थी : শয়ন
अर्थ : দেহ আৰু মগজুক বিশ্রাম দিবৰ বাবে টোপনি গৈ থকা অৱস্থা
उदाहरणे : দিনটোৰ পৰিশ্ৰমৰ অন্তত সি সোনকালে শুলে দিনত টোপনি যোৱাটো স্বাস্থ্যৰ কাৰণে অপকাৰী
समानार्थी : ঘুমটি অহা, টোপনি যোৱা, নিদ্রা অহা
स्थापित करा