पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील শৈলী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

শৈলী   বিশেষ্য

अर्थ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী

उदाहरणे : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা

समानार्थी : কায়দা, ঢঙ, নিয়ম, পদ্ধতি, বিধি, ৰীতি

अर्थ : লেখকৰ ভাষা সম্বন্ধীয় বিশেষত্বক প্রতিফলিত কৰিব পৰা বাক্য ৰচনাৰ এক বিশিষ্ট প্রকাৰ

उदाहरणे : সুৰদাসৰ ভাষাশৈলী সৰল আছিল

समानार्थी : ভাষাশৈলী

अर्थ : কোনো বিশেষ ব্যক্তি, সম্প্রদায় আদিৰ বিশিষ্টতাপূর্ণ্্ ভাষা, কলা, সংগীত আদিৰ অভিব্যক্তিসূচক ভঙ্গীমা

उदाहरणे : সকলো সংবাদ দাতাই বাতৰি কাকতৰ শৈলীক অনুসৰণ কৰিব বিচাৰে

चौपाल