सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : খালী বা ৰিক্ত স্থান
उदाहरणे : তেওঁ শূন্যত ঘূৰি আছিল
समानार्थी : আকাশ
अर्थ : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই
उदाहरणे : যাদুকৰে শূন্যত মোক ৰাখি থʼলে
समानार्थी : আলাস, ওপৰ
अर्थ : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ
उदाहरणे : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়
अर्थ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
उदाहरणे : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
समानार्थी : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম
अर्थ : ভিতৰত একো নথকা বা যি অপূর্ণ
उदाहरणे : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
समानार्थी : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত
अर्थ : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা
उदाहरणे : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল
समानार्थी : বিহীন, ৰহিত
स्थापित करा