अर्थ : কথা মানি লোৱা
उदाहरणे :
আজিকালিৰ লʼৰা-ছোৱালীয়ে কাৰো কথা নুশুনে
अर्थ : কোৱা হোৱা কথা বা শ্্ব্দৰ কাণেৰে হোৱা জ্ঞান
उदाहरणे :
তেওঁ ্ ভগৱান সত্যনাৰায়ণৰ কথা শুনি আছে
समानार्थी : শ্রৱণ কৰা
अर्थ : কাৰোবাৰ কথা বা প্রার্থ্্নাৰ প্রতি ধ্যান দিয়া
उदाहरणे :
ৰজাই ফৰিয়াদীৰ একো কথাই নুশুনিলে