अर्थ : নিজকে শুদ্ধ কৰিবৰ বাবে তী্র্থ আদিৰ জল নিজৰ গাত চটিওৱা কার্য
उदाहरणे :
পূজাৰ আগতে পৱিত্র কৰা হয়
समानार्थी : পৱিত্র
अर्थ : যিটো ভুল নহয়
उदाहरणे :
শুদ্ধ বাক্যৰ ওপৰত শুদ্ধ চিন লগাওক
अर्थ : ভেজাল নাইকিয়া ভাল বস্তু
उदाहरणे :
আজিকালি বজাৰত খাতি বস্তু পাবলৈ নাই
समानार्थी : অবিমিশ্রিত, আঁভজুৱা, আচল, খাটি, নির্ভেজ্াল, নি্ভঁজুৱা, নি্ভাঁজ বিশুদ্ধ