अर्थ : মতা জীৱ-জন্তুৰ বী্র্যত ্ পোৱা জীৱাণু, যি ডিম্বাণুৰ সংযোগত নতুন জীৱৰ জন্ম দিব পাৰে
उदाहरणे :
পুৰুষৰ বীর্যত শুক্রাণু পোৱা যায়
समानार्थी : শুক্রাণু
अर्थ : শৰীৰৰ যি ধাতুৰ পৰা বল, শক্তি, কান্তি আদি আহে আৰু সন্তান উৎপন্ন হয়
उदाहरणे :
তেওঁ বী্র্য সম্বন্ধীয় ৰোগত ভোগী আছে
समानार्थी : বী্র্য
अर्थ : আপেক্ষিকভাৱে পৃথিৱীতকৈ সূর্যৰ বেছি ওচৰত থকা সৌৰজগতৰ এটা গ্রহ
उदाहरणे :
বৈজ্ঞানিকসকলে শুক্র-গ্রহৰ বিষয়ে অধিক জানিবলৈ গৱেষণা কৰি আছে
समानार्थी : শুকুৰ, শুক্র-গ্রহ