सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
उदाहरणे :
समानार्थी : জাৰ, ঠাণ্ডা, শৈত্য
अर्थ : ঠাণ্ডা বতৰ
उदाहरणे : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়
समानार्थी : জাৰ, জাৰকালি, শীতকাল
स्थापित करा