अर्थ : যিয়ে এতিয়া বা অলপ সময় আগতে জন্ম লৈছে
उदाहरणे :
আজিকালি চিকিৎসালয়ত নৱজাতক শিশু চুৰ কৰাটো সহজ কথা হৈ পৰিছে
समानार्थी : কেঁচুৱা, নৱজাত শিশু, নৱজাতক
अर्थ : কম বয়সীয়া লʼৰা বা ছোৱালী
उदाहरणे :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
समानार्थी : বাচ্চা, বালক-বালিকা, লʼৰা-ছোৱালী, সৰু লʼৰা-ছোৱালী