सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ
उदाहरणे : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়
समानार्थी : পম, মূল, শিহা, শিহৰি, শিয়া
अर्थ : ঔষধৰ কামত অহা গছৰ মূল বিশেষ
उदाहरणे : বৈদ্যই এডাল শিপা পিহি ৰোগীক তাৰ ৰস খুৱালে
स्थापित करा