सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু, স্থান আদিৰ সকলোতকৈ ওপৰৰ ভাগ
उदाहरणे : এই মন্দিৰটোৰ চূড়াত এখন গেৰুৱা ধ্বজা উৰি আছে শ্যাম সফলতাৰ শিখৰত উপনীত হʼল
समानार्थी : চূড়া, শিখৰ
अर्थ : জুইৰ আগ
उदाहरणे : অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
समानार्थी : অগ্নিচ্ছটা, অগ্নিশিখা, বহ্নিশিখা, ভমক
अर्थ : ব্রাহ্মণ সম্প্রদায়ৰ লোকসকলে মাজ মূৰত ৰখা দীঘল চুলিৰ কোছা
उदाहरणे : আজিকালি বেছিভাগ ব্রাহ্মণ লোকেই টিকনি নাৰাখে
समानार्थी : টিকনি, টিকি
अर्थ : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
उदाहरणे : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
समानार्थी : অগ্র, আগ
स्थापित करा