सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অপৰাধীৰ ভৰিত বান্ধি ৰাখিবলৈ ব্যৱহাৰ কৰা লোহাৰ খাৰু
उदाहरणे : চিপাহীয়ে তাৰ ভৰিত শিকলি লগাই দিলে
समानार्थी : খাৰুৱা, জঞ্জিৰ, জিঁজিৰি, জিঞ্জিৰি, বেৰি, শৃঙ্খল
अर्थ : ধাতুৰ খাৰুৰে বনোৱা ৰচী
उदाहरणे : জন্তুক ৰচী বা শিকলিৰে বান্ধি ৰখা হয়
अर्थ : পশু বা জীৱ-জন্তু আদি বান্ধি ৰাখিবৰ কাৰণে সিহঁতৰ ডিঙিত পিন্ধোৱা ধাতুৰ শৃংখল বিশেষ
उदाहरणे : কুকুৰটো শিকলিৰে বান্ধি লোৱা
स्थापित करा