पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील শাৰী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

শাৰী   বিশেষ্য

अर्थ : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র

उदाहरणे : সীতাই সেউজীয়া ৰঙৰ শাৰী পিন্ধিবলৈ ভাল পায়

अर्थ : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ

उदाहरणे : ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে

समानार्थी : লানী

अर्थ : ক্রম অনুসাৰে হোৱা অৱস্থা

उदाहरणे : দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে

समानार्थी : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা

अर्थ : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি

उदाहरणे : উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক

समानार्थी : পংক্তি

अर्थ : মানুহ বা বাহনৰ পংক্তি যি কাৰোবাৰ বা কিহবাৰ বাবে প্রতীক্ষা কৰি আছে

उदाहरणे : শাৰী ভাঙি যাত্রী নিয়া চালকক বহুত পিটন দিলে

समानार्थी : পংক্তি, লাইন

अर्थ : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম

उदाहरणे : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল

समानार्थी : লাইন, লান, লানি, লালী, শৃংখলা

चौपाल