अर्थ : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ
उदाहरणे :
সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে
समानार्थी : প্রশান্তি
अर्थ : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ
उदाहरणे :
ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ
समानार्थी : আৰাম
अर्थ : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ
उदाहरणे :
লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়
समानार्थी : সুখ
अर्थ : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা
उदाहरणे :
যুদ্ধৰ পিছত দেশত এতিয়া শান্তি
अर्थ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
उदाहरणे :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
समानार्थी : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা