पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील শল্যচিকিৎসা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

শল্যচিকিৎসা   বিশেষ্য

अर्थ : চিকিৎসাশাস্ত্রত ফোঁহা, ৰোগগ্রস্তঅংগ আদি কটা-টিঙা কৰা কার্য

उदाहरणे : এই ৰোগটোৰ চিকিৎসা অপাৰেচনৰ যোগেদিহে সম্ভৱ

समानार्थी : অপাৰেচন, অপাৰেশ্যন, শল্য চিকিৎসা, শল্যকর্ম

अर्थ : শৰীৰৰ ভিতৰৰ কোনো অংশ আৰোগ্য কৰিবৰ কাৰণে কটা-চিঙা কৰি ভাল কৰিবৰ কাৰণে বিধান থকা শাস্ত্র বিশেষ

उदाहरणे : মাধৱে শল্যচিকিৎসাৰ অধ্যয়ন কৰি আছে

समानार्थी : শল্য শাস্ত্র, শল্য-চিকিৎসা, শল্য-শাস্ত্র

चौपाल