पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील শতক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

শতক   বিশেষ্য

अर्थ : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা

उदाहरणे : দহৰ দহ গুণ এশ

समानार्थी : এশ, ১০০

अर्थ : এশ বছৰ কাল

उदाहरणे : শতাব্দী ধৰি চলি অহা প্রথা এটাক হঠাৎ নাইকিয়া কৰিব নোৱাৰি

समानार्थी : শতাব্দী, শতিকা

अर्थ : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ

उदाहरणे : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে

समानार्थी :

अर्थ : এশৰ সমূহ বা গোট

उदाहरणे : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে

समानार्थी : এশ, ১০০

अर्थ : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান

उदाहरणे : ৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে

चौपाल