पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील শঠতা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

শঠতা   বিশেষ্য

अर्थ : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম

उदाहरणे : তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে

समानार्थी : কপট, কপটতা, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চাতুৰী, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, বিড়ম্বনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শাঠ্য

अर्थ : বিশ্বাস কৰোঁতাৰ বিশ্বাস ভাঙি অপকাৰ কৰোঁতা

उदाहरणे : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়ে তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক গুলীৰে থকাসৰকা কৰি দিলে

समानार्थी : চুকতে থাকি বুকতে কামোৰ মৰা-, বিশ্বাসঘাতকতা

अर्थ : দুর্জন ্হোৱাৰ অৱস্থা বা ভাব

उदाहरणे : দুষ্টতাৰ পৰা আঁতৰি থাকা

समानार्थी : অসাধুতা, দুর্জ্্নতা, দুষ্টতা, নীচতা

अर्थ : কুটিল হোৱা অৱস্থা বা ভাব

उदाहरणे : কুটিলতাৰ কাৰণে তেওঁক ্কোনেও পছন্দ নকৰে

समानार्थी : কপটতা, কুটিলতা

चौपाल