अर्थ : কোনো মানুহে একো কাম কৰিব নোৱাৰাকৈ ভয় খুওৱা কার্য
उदाहरणे :
ডকাইতে গাঁওবাসীক বোমা দলিয়াই সন্ত্রাসিত কৰিলে
समानार्थी : আতংকিত কৰা, আতঙ্কিত কৰা, ত্রস্ত কৰা, ত্রাসিত কৰা, পেপুৱা লগা, ভয়ার্ত ্কৰা, শংকিত কৰা, সন্ত্রাসিত কৰা