अर्थ : শৰীৰৰ বল
उदाहरणे :
সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
समानार्थी : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি
अर्थ : প্রাকৃতিক ভাণ্ডাৰ
उदाहरणे :
বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়
अर्थ : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়
उदाहरणे :
প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে
अर्थ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
उदाहरणे :
কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
समानार्थी : অধিকাৰ
अर्थ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
उदाहरणे :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
समानार्थी : চাপ