पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লোৱা   ক্ৰিয়া

अर्थ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

उदाहरणे : এই গাড়ীখনে বহুত পেট্রʼল খায়

समानार्थी : খোৱা

अर्थ : উদাহৰণ হিচাপে লোৱা

उदाहरणे : ৰামকে ধৰি লোৱা, তেওঁ কিমান সহজ-সৰলভাৱে থাকে

समानार्थी : লৈ লোৱা

अर्थ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

उदाहरणे : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

समानार्थी : কোৱা

अर्थ : ভাড়াত কোনো যান-বাহন আদি লোৱা

उदाहरणे : আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ

समानार्थी : ঠিক কৰা

अर्थ : বাচি লোৱা

उदाहरणे : মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে

अर्थ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা

उदाहरणे : মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ

समानार्थी : ধৰা

अर्थ : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে

उदाहरणे :

समानार्थी : গ্রহণ কৰা

अर्थ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

उदाहरणे : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

समानार्थी : গ্রহণ কৰা, স্বীকাৰ কৰা

अर्थ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে

उदाहरणे :

समानार्थी : উৰা, পিন্ধা, পৰিধান কৰা

अर्थ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

उदाहरणे : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

समानार्थी : গ্রহণ কৰা, স্বীকাৰ কৰা

चौपाल