अर्थ : শৰীৰৰ ওপৰত থকা বহুত সৰু আৰু পাতল চুলি
उदाहरणे :
ভয়ৰ কাৰণে শ্যামৰ গাৰ নোম শিঁয়ৰি উঠিল
समानार्थी : নোম
अर्थ : জন্তুৰ ছালৰ ওপৰৰ অংশৰ পৰা ওলোৱা সূতাৰ লেখীয়া পাতল আৰু দীঘল এক ধৰণৰ বস্তু
उदाहरणे :
বান্দৰৰ গোটেই দেহ নোমেৰে আৱৰা
समानार्थी : নোম