पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লেৰেলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লেৰেলা   ক্ৰিয়া

अर्थ : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

उदाहरणे : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

समानार्थी : জঁই ্পৰা, শুকাই যোৱা

লেৰেলা   বিশেষণ

अर्थ : যি নিশকতীয়া আৰু পাতল শৰীৰৰ

उदाहरणे : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে

समानार्थी : কৃশ, কেটেঙা, ক্ষীণ, ক্ষীণকায়, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, শী্র্ণ

अर्थ : যাৰ সতেজতা নোহোৱা হৈছে

उदाहरणे : গৰমত লেৰেলা গছ-গছনিবোৰ বৰষুণ পৰোতেই সেউজীয়া হৈ পৰিল

अर्थ : যি শুকাবলৈ ধৰিছে

उदाहरणे : লেৰেলি যোৱা গছবোৰত পানী ঢালি দিয়া

समानार्थी : লেৰেলি যোৱা

चौपाल