पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লেতেৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লেতেৰা   বিশেষ্য

अर्थ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি

उदाहरणे : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে

समानार्थी : মল, ময়লা

লেতেৰা   বিশেষণ

अर्थ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

उदाहरणे : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

समानार्थी : বেয়া

अर्थ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

उदाहरणे : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

समानार्थी : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা-পেতেৰা

अर्थ : যিটোৰ শোধন কৰা হোৱা নাই

उदाहरणे : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

समानार्थी : অপৰিষ্কৃত, অশুদ্ধ, অশোধিত, অসংশোধিত

चौपाल