अर्थ : খোৰাই খোৰাই খোজকঢ়া অৱস্থা
उदाहरणे :
আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?
समानार्थी : পেঙ্গুচিয়া, লেকেচিয়া
अर्थ : যিজনৰ হাত বা ভৰিত বিকৃতি আছে
उदाहरणे :
চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল
समानार्थी : লেঙ্গেৰা
अर्थ : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
उदाहरणे :
লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
समानार्थी : খোৰা
अर्थ : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে
उदाहरणे :
লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে
अर्थ : যাৰ এটা ভৰি ভাঙিল
उदाहरणे :
লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল