पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লুটা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লুটা   বিশেষ্য

अर्थ : লুটপাত কৰা কার্য ্বা ভাব

उदाहरणे : ডকাইতে মহাজনৰ ঘৰ লুটাৰ পিছত আৰামত গুচি গʼল

লুটা   ক্ৰিয়া

अर्थ : অনুচিতভাৱে লোৱা

उदाहरणे : আজিকালি লʼৰা-ছোৱালীৰ প্রৱেশৰ কাৰণে বৰঙণিৰ নামত শিক্ষা সংস্থা সমূহে লুটিছে

अर्थ : বহুত দাম লোৱা

उदाहरणे : আজিকালিৰ দোকানীয়ে গ্রাহকক প্রায়েই ঠগে

समानार्थी : ঠগা

अर्थ : কাৰোবাক অত্যধিক খৰচ কৰোৱা

उदाहरणे : সুনীলে নতুন চাকৰি পোৱাৰ খবৰটো পোৱাৰ পিছত লগৰীয়াসকলে অভ্যর্থ্্নাৰ নামত ্তেওঁক খুউব লুটিলে

अर्थ : ডকা-হকা দি বা বলপূর্বক্্ভাৱে কোনো বস্তু লৈ যোৱা কার্য

उदाहरणे : আমাৰ চহৰত এজন মহাজনক লুটিলে

समानार्थी : লুটপাত কৰা

चौपाल