सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো লুকুওৱা যোগ্য
उदाहरणे : এইটো গোপনীয় কথা, ৰামুক নকʼবা
समानार्थी : অপ্রকট্য, অপ্রকাশ্য, গুপ্ত, গোপনীয়, গোপ্য, চাপাচী, প্রচ্ছন্ন
अर्थ : যিটো লুকুৱাই থোৱা হৈছে
उदाहरणे : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
समानार्थी : অজ্ঞাত, অপ্রকাশ্য, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, প্রচ্ছন্ন
स्थापित करा