सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মুখৰ পৰা ওলোৱা পাতলীয়া এঠালেটীয়া থু বিশেষ
उदाहरणे : মাকে বাৰে বাৰে কেঁচুৱাটোৰ মুখৰ পৰা ওলোৱা লালটিখিনি ৰুমালেৰে মচি আছে
समानार्थी : লালটি, লেলাৱটি
अर्थ : তেজৰ বৰণৰ
उदाहरणे : তেজৰ ৰং ৰঙা
समानार्थी : অলক্তৰাগ, অৰুণাভা, অৰুণিমা, লাল ৰং, লালিমা, লোহিত্্বর্ণ, লৌহিত, ্লোহিত, ্ৰক্তবর্ণ, ্ৰক্তাভা, ৰক্তাৰাগ, ৰক্তিমা, ৰক্তিমাভা, ৰক্ত্াভা, ৰঙা, ৰঙা ৰং
अर्थ : ৰক্ত বর্ণৰ
उदाहरणे : ৰামৰ হাতত এখন ৰঙা ৰুমাল আছিল
समानार्थी : তেজাল, ৰক্তিম, ৰঙা
स्थापित करा