अर्थ : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা
उदाहरणे :
কাগজখন কাঠডালত লাগি ধৰিল
समानार्थी : আঁট ্খোৱা
अर्थ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
उदाहरणे :
মোৰ ডিঙিটো টানি ধৰিছে
समानार्थी : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা
अर्थ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
उदाहरणे :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
समानार्थी : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা