सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এশ হাজাৰৰ মুঠ সংখ্যা
उदाहरणे : তুমি কʼব পাৰিবানে লাখত কেইটা শূন্য থাকে
समानार्थी : লক্ষ
अर्थ : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে ষষ্ঠ স্থানত পোৱা মান যʼত লাখ গুণিতক পোৱা যায়
उदाहरणे : একলাখ চাৰিত লাখৰ স্থানত এক আছে
अर्थ : এশ হাজাৰ
उदाहरणे : তেওঁ নিজৰ ভায়েকক এক লাখ টকা দিলে
स्थापित करा