सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
उदाहरणे : বিদ্যুততো তৰঙ্গ থাকে
समानार्थी : ঢৌ, তৰংগ, তৰঙ্গ
अर्थ : শৰীৰত কোনো মনোবেগ উঠা কার্য
उदाहरणे : জনতাৰ মাজত নেতাৰ প্রতি ক্রোধৰ লহৰ আছে
अर्थ : হঠাৎ জোৰেৰে অহা প্রৱাহ
उदाहरणे : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে
समानार्थी : ধাৰ
अर्थ : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
उदाहरणे : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
समानार्थी : উর্মি, কল্লোল, ঢৌ, তৰংগ, তৰঙ্গ, লহৰী, হিল্লোল
स्थापित करा