पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লম্পট शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লম্পট   বিশেষ্য

अर्थ : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি

उदाहरणे : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই

समानार्थी : কামী, কামুক, বিষয়ী, ভোগী

লম্পট   বিশেষণ

अर्थ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট

उदाहरणे :

समानार्थी : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লুচ্ছা

अर्थ : যি ব্যভিচাৰ কৰে

उदाहरणे : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে

समानार्थी : কামী, কামুক, খেচেৰা, খেচৰ, ব্যভিচাৰী, লুচ্ছা

चौपाल