पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লঠঙা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লঠঙা   বিশেষণ

अर्थ : যাৰ একেবাৰ ওপৰৰ অংশ, বস্তু আদি (বিশেষকৈ শোভাবর্ধনক্াৰী) কোনো কাৰণবশতঃ নাইকিয়া হৈছে

उदाहरणे : ধুমুহাৰ কাৰণে গোটেই হাবিখন লঠঙা হৈ গʼল গৰমৰ দিনত এই ্পর্বত ্লঠঙা হৈ পৰে

अर्थ : যাৰ কোনো কাৰণবশতঃ ডাল, পাত আদি একো নাইকিয়া হৈছে

उदाहरणे : খেতিয়কজনে লঠঙা গছ কাটি আছে

समानार्थी : লঠা-মূৰা, লঠৰা-মূৰা

अर्थ : পাত আৰু ঠাল-ঠেঙুলি আদি নথকা

उदाहरणे : খেতিয়কে লঠঙা গছজোপাৰ শিপা খান্দি আছে

चौपाल