अर्थ : কোনো বিশেষ উদ্দেশ্যত লগ হোৱা কার্য
उदाहरणे :
চিকিৎসকক লগ কৰাৰ পিছতহে ৰোগৰ বিষয়ে জানিব পৰা যাব
अर्थ : কাৰোবাক দেখা-সাক্ষাৎ কৰা কৰা কার্য
उदाहरणे :
তেওঁ চহৰত নিজৰ ্সম্পর্কীয় লোকসকলক লগ কৰিলে
समानार्थी : সাক্ষাৎ কৰা