अर्थ : লগোৱা কার্য
उदाहरणे :
গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী
अर्थ : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য
उदाहरणे :
দূৰভাষ লগাওতে অধিক সময় নালাগিব
अर्थ : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়
उदाहरणे :
তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা
अर्थ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
उदाहरणे :
লতাই কুর্তাটোত বুটাম লগাই আছে
समानार्थी : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা
अर्थ : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা
उदाहरणे :
সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে
समानार्थी : খটোৱা
अर्थ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
उदाहरणे :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
समानार्थी : অভিলেপ কৰা, চৰোৱা
अर्थ : কোনো সঠিক ঠাইত উপনীত কৰোৱা
उदाहरणे :
ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি
अर्थ : কার্যত সংলগ্ন কৰোৱা
उदाहरणे :
এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে
अर्थ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
उदाहरणे :
সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
समानार्थी : ওলোমাই থোৱা
अर्थ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
उदाहरणे :
হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
समानार्थी : লেপন লগোৱা, সনা
अर्थ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
उदाहरणे :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
समानार्थी : ব্যৱস্থিত কৰা, সজোৱা
अर्थ : ছাতি, চছমা আদি ধাৰণ কৰা
उदाहरणे :
আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়
समानार्थी : ধাৰণ কৰা
अर्थ : বিনিয়োগ কৰা
उदाहरणे :
তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে
समानार्थी : খটুৱা, বিনিয়োগ কৰা
अर्थ : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য
उदाहरणे :
কামিজত বুটাম লগাই দিয়া
समानार्थी : লগাই দিয়া