पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লগা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লগা   ক্ৰিয়া

अर्थ : লেকেটীয়া বস্তুৰে কোনো ঠাইৰ ওপৰত বস্তু লগোৱা কার্য

उदाहरणे : তেওঁ ছবিবোৰ বেৰত লগালে

समानार्थी : আঠা লগা, লেও দিয়া

अर्थ : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য

उदाहरणे : এই বছৰ আম গছত সোনকালে মল লাগিছে

अर्थ : কার্য আদিত ৰত হোৱা

उदाहरणे : ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে

समानार्थी : ব্যস্ত হোৱা, লাগি থকা

अर्थ : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা

उदाहरणे : নাওখন নদীৰ পাৰত গৈ লাগিল

अर्थ : কোনো কামত অহা

उदाहरणे : এই ঘৰটো সাজিবৰ কাৰণে এশ বেগ চিমেণ্ট লাগিল

समानार्थी : খৰচ হোৱা

अर्थ : অনুমানতকৈ বেছি প্রয়োজন হোৱা

उदाहरणे : এই কামটোত বহুত টকা লাগিছে

अर्थ : অনুমানৰ ভিত্তিত কিবা অনুভৱ কৰা

उदाहरणे : মোৰ তেওঁ ্নাহিব যেন লাগিছে

समानार्थी : গম পোৱা, ধাৰণা কৰা

अर्थ : কোনো কামত লগা

उदाहरणे : বিবাহ সম্পন্ন হোৱালৈকে মোহিত কামত লাগি থাকিল

समानार्थी : ৰত হোৱা

अर्थ : অনুভৱ হোৱা

उदाहरणे : মোৰ বহুত ঠাণ্ডা লাগিছে

समानार्थी : অনুভৱ হোৱা

अर्थ : কোনো কামত দৃঢ়তাৰে লাগি থকা

उदाहरणे : বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল

समानार्थी : লাগি যোৱা

अर्थ : কাৰোবাক আঘাত দিয়া

उदाहरणे : তেওঁ ্মোক পেনৰ নিব লগালে

अर्थ : আঘাত বা কষ্ট পোৱা

उदाहरणे : তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল

समानार्थी : আঘাত কৰা

अर्थ : সম্বন্ধত কিবা হোৱা

उदाहरणे : মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে

अर्थ : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা

उदाहरणे : বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে

अर्थ : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা

उदाहरणे : আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল

লগা   বিশেষণ

अर्थ : যি কোনো কামত লাগি আছে

उदाहरणे : তেওঁ কৃষি কার্যত ্লাগি আছে

समानार्थी : প্রবৃত্ত

चौपाल