अर्थ : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
उदाहरणे :
তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
समानार्थी : যোৰা
अर्थ : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
उदाहरणे :
মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
समानार्थी : যোৰা