सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ধৰণে সম্ভৱ হয়
उदाहरणे : যেনেদৰেই হওক মোৰ কামটো কাইলৈ হৈ যাব লাগিব
समानार्थी : যেনে ধৰণে, যেনেকৈ
अर्थ : যি ক্রমেৰে
उदाहरणे : যেনেদৰে পৰীক্ষাৰ সময় চমু চাপি আহিল তেনেদৰে, ভয় ভাবো বাঢ়ি আহিল
समानार्थी : যিদৰে, যেনেকৈ
स्थापित करा